ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Tuesday, October 20, 2020

ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

 ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন

৯২ গৰাকী ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা

নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা বিশেষ অভিনন্দন অনুষ্ঠানখন আজি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত বৰ্ষত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ৭৯ গৰাকী ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ১৩ গৰকী ছাত্ৰ ছাত্ৰী সহ  মুঠ ৯২ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় উক্ত অনুষ্ঠানতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়গাঁও সমষ্টিৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা তিনি গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে আল আমিন ইছলামিক মডেল স্কুলৰ ছাত্ৰ লুটফাৰ আলী ,বৰভিঠা আঞ্চলিক হাইস্কুলৰ ছাত্ৰ হাফিজুৰ ৰহমান আৰু চেণ্ট লুইছ হাইস্কুলৰ ছাত্ৰ অভিলেষ বৰাক বিশেষ বঁটা প্ৰদান কৰাৰ লগতে উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ নম্বৰ পোৱা মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ চিৰাজুল ইছলাম,ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী লীনা হাজোৱাৰী আৰু ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী নাজমিল চুলতানক বিশেষ বঁটা প্ৰদান কৰা হয় ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অভিনন্দন অনুষ্ঠানৰ  উদ্ধোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে সভাত আছুৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,আছুৰ কেন্দ্ৰীয় তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, সদৌ কামৰূপ জিলাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ দিয়ে আনহাতে হেমিল্টন হাউচৱেৰচ প্ৰাইভেট লিমিটেডৰ প্ৰকল্প মূৰব্বী জয়ন্ত বৰদলৈ ,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ভৱেশ দাস আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক ধ্ৰুৱ তালুকদাৰ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে পুৱা -০০ বজাত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শচীন দাস,ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সোণমইনা শালৈ আৰু ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নুৰ ইছলামে এই অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা বিশেষভাৱে সক্ষম  ছাত্ৰী মণিকা দাসক বিশেষ বঁটা প্ৰদান কৰাৰ লগতে  লক্ষী ঠাকুৰীয়াক খেলুৱৈৰ বিশেষ বঁটা প্ৰদান কৰা হয় ৷নিউজ ডেস্ক ৰিপোৰ্ট জনসেৱা লাইভ : ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা বিশেষ অভিনন্দন অনুষ্ঠানখন আজি অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় ছয়গাঁও মহাবিদ্যালয়ৰ চম্পকজ্যোতি প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত বৰ্ষত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ৭৯ গৰাকী ছাত্ৰ ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ১৩ গৰকী ছাত্ৰ ছাত্ৰী সহ  মুঠ ৯২ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় উক্ত অনুষ্ঠানতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছয়গাঁও সমষ্টিৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা তিনি গৰাকী ছাত্ৰ ছাত্ৰী ক্ৰমে আল আমিন ইছলামিক মডেল স্কুলৰ ছাত্ৰ লুটফাৰ আলী ,বৰভিঠা আঞ্চলিক হাইস্কুলৰ ছাত্ৰ হাফিজুৰ ৰহমান আৰু চেণ্ট লুইছ হাইস্কুলৰ ছাত্ৰ অভিলেষ বৰাক বিশেষ বঁটা প্ৰদান কৰাৰ লগতে উচ্চতৰ মাধ্যমিকত সৰ্বোচ্চ নম্বৰ পোৱা মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ চিৰাজুল ইছলাম,ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী লীনা হাজোৱাৰী আৰু ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰী নাজমিল চুলতানক বিশেষ বঁটা প্ৰদান কৰা হয় ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অভিনন্দন অনুষ্ঠানৰ  উদ্ধোধন কৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা নিৰোদ কুমাৰ দাসে সভাত আছুৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক প্ৰকাশ চন্দ্ৰ দাস,আছুৰ কেন্দ্ৰীয় তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, সদৌ কামৰূপ জিলাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা ধীৰাজ ৰাজবংশী,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত দাস বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ দিয়ে আনহাতে হেমিল্টন হাউচৱেৰচ প্ৰাইভেট লিমিটেডৰ প্ৰকল্প মূৰব্বী জয়ন্ত বৰদলৈ ,সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক ভৱেশ দাস আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক ধ্ৰুৱ তালুকদাৰ আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে পুৱা -০০ বজাত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিয়ে পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শচীন দাস,ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সোণমইনা শালৈ আৰু ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা নুৰ ইছলামে এই অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু  উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা বিশেষভাৱে সক্ষম  ছাত্ৰী মণিকা দাসক বিশেষ বঁটা প্ৰদান কৰাৰ লগতে  লক্ষী ঠাকুৰীয়াক খেলুৱৈৰ বিশেষ বঁটা প্ৰদান কৰা হয়


Post Bottom Ad

Responsive Ads Here