ছয়গাঁৱত দুই ড্ৰাগ ব্যাৱসায়ী গ্ৰেপ্তাৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Wednesday, May 18, 2022

ছয়গাঁৱত দুই ড্ৰাগ ব্যাৱসায়ী গ্ৰেপ্তাৰ

 ছয়গাঁৱত দুই ড্ৰাগ ব্যাৱসায়ী গ্ৰেপ্তাৰ


দক্ষিণ কামৰূপ, ১৮ মে' : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীত ড্ৰাগছৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান । যোৱা নিশা ছয়গাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চলোৱা অভিযানত  ৫ টা ড্ৰাগছ ভৰ্তী কন্টেইনাৰৰ লগতে দুজন লোক আটক কৰে। আৰক্ষীয়ে আটক কৰা লোক দুজন গৰৈমাৰী সত্ৰৰ আজমল হক আৰু ছহিদুল ইছলাম । ধৃত লোকদুজন ড্ৰাগছ ব্যাৱসায়ী। তেওঁলোকে গৰৈমাৰী বজাৰত বিক্ৰী কৰিব অহাৰ সময়ত আৰক্ষীয়ে আটক কৰে আটকাধীন লোক দুজনক আজি ছয়গাঁও আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে ।


Post Bottom Ad

Responsive Ads Here