জামুগুৰিহাটত এচ আই কেলেংকাৰীৰ অভিযুক্ত জিন্তু নাথক গ্ৰেপ্তাৰ - Janasewa Live

শেহতীয়া খবৰ

Home Top Ad

Post Top Ad

Responsive Ads Here

Sunday, October 11, 2020

জামুগুৰিহাটত এচ আই কেলেংকাৰীৰ অভিযুক্ত জিন্তু নাথক গ্ৰেপ্তাৰ

  জামুগুৰিহাটত এচ আই কেলেংকাৰীৰ অভিযুক্ত জিন্তু নাথক গ্ৰেপ্তাৰ


 জামুগুৰীহাট- ৰাজ্য কঁপোৱা এচ ,আই কেলেংকাৰীৰ অন্যতম অভিযুক্ত জিন্তু নাথক কালি নিশা জামুগুৰিহাটত আৰক্ষীয়ে গেপ্তাৰ কৰে।এচ,আই কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পাছতে পলাতক হৈ থকা জিন্তু নাথক কালি নিশা ১ বজাত বিশেষ সূত্ৰৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে জামুগুৰিহাটৰ বামুনবাৰী গাওঁৰ সম্পকীয় এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা গেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত জিন্তু নাথৰ ঘৰ উত্তৰ গুৱাহাটীৰ চাংসাৰিত।

Post Bottom Ad

Responsive Ads Here